শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ স্থগিত …

101
  • ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ বৰিছ জনচনে ভাৰত ভ্ৰমণ স্থগিত কৰিছে ।
  • কোৰোনা ভাইৰাছৰ বাবে যাত্ৰা বাতিল কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
  • ভাৰতৰ গনৰাজ্য দিৱসত অতিথি ৰূপে আহাৰ খতা আছিল প্ৰধানমন্ত্ৰী গৰাকী ।
  • নতুন কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটেইনত লকডাউন দিয়া হৈছে ।
  • নতুন কোৰোনা ভাইৰাছৰ বাবে বহু দেশে ভ্ৰমনত নিষেধাজ্ঞা আৰোপ কৰিছে ।
  • ভাৰতত বৰ্তমানলৈ নতুন কোৰোনা ৰোগত ৫৮ গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি