ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ, আহত ৩ যাত্ৰী

ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ, আহত ৩ যাত্ৰী
  • ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ।

  • চলন্ত ৰেলতে সংঘটিত হৈছে এই ঘটনা।

  • বিস্ফোৰণত আহত ৩জন ৰেল যাত্ৰী।

  • আতংকিত ৰেল যাত্ৰী।

  • হৰিশিঙাতে আৱদ্ধ হৈ আছে ৰেলখন।

  • বিস্ফোৰণৰ পিছতে উপস্থিত আৰক্ষীৰ দল।

  • সন্ধিয়া প্ৰায় ৭.০৫ বজাত সংঘটিত হয় এই অঘটন।

  • কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত এই বিস্ফোৰণ।

  • আহত এজনক ৰাহুল দাস বুলি চিনাক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in