শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ, আহত ৩ যাত্ৰী

  • ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ।

  • চলন্ত ৰেলতে সংঘটিত হৈছে এই ঘটনা।

  • বিস্ফোৰণত আহত ৩জন ৰেল যাত্ৰী।

  • আতংকিত ৰেল যাত্ৰী।

  • হৰিশিঙাতে আৱদ্ধ হৈ আছে ৰেলখন।

  • বিস্ফোৰণৰ পিছতে উপস্থিত আৰক্ষীৰ দল।

  • সন্ধিয়া প্ৰায় ৭.০৫ বজাত সংঘটিত হয় এই অঘটন।

  • কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত এই বিস্ফোৰণ।

  • আহত এজনক ৰাহুল দাস বুলি চিনাক্ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি