দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত অঘটন! শৰীৰৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাক…

  • বাইহাটাত দুৰ্গাৰ প্ৰতিমূৰ্তি উটুৱাবলৈ যাওঁতে অঘটন।
  • বালিকুছিত এজন লোকৰ দেহৰ ওপৰেৰে পাৰ হৈ গ'ল ট্ৰাক।
  • ঘটনাস্থলীতে নিহত হয় লোকজন।
  • মৃত লোকজনৰ নাম তিলক ডেকা।
  • তিলক ডেকাৰ বয়স ৪০ বছৰ।
  • মহিপালকুছিত ঘৰ নিহত তিলক ডেকাৰ।
  • পথৰ ওপৰতে বহু সময় পৰি আছে লোকজনৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in