শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত অঘটনঃ যান্ত্ৰিক বিজুতি ঘটি উটি গ’ল যাত্ৰীবাহী ফেৰী, উদ্ধাৰ যাত্ৰীসহ ফেৰী…

  • গুৱাহাটীত ব্রহ্মপুত্রৰ মাজত অঘটন।
  • যান্ত্রিক বিজুতি ঘটি উটি গ’ল এখন যাত্রীবাহী ফেৰী।
  • নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মৰাৰ পৰা কথমপি ৰক্ষা।
  • দুটা খুঁটাৰ মাজেৰে পাৰ হৈ গ’ল যাত্রী, বাহনসহ ফেৰীখন।
  • গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈছিল ফেৰীখন।
  • সন্ধিয়া ৫.৩০ বজাত যাত্রা কৰিছিল বাঘবৰ নামৰ ফেৰীখনে।
  • উদ্ধাৰকাৰী জাহাজ নথকাত হাঁহাকাৰ যাত্রীৰ মাজত।
  • ৰ’পেক্স জাহাজখন গৈ উদ্ধাৰ কৰে যাত্রীসহ ফেৰীখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি