বি পি এফৰ তৃতীয় তথা অন্তিম প্ৰাৰ্থী তালিকা ঘোষণা…VIDEO

বি পি এফৰ তৃতীয় তথা অন্তিম প্ৰাৰ্থী তালিকা ঘোষণা…VIDEO
  • কোকৰাঝাৰত বি পি এফৰ তৃতীয় তথা অন্তিম প্ৰাৰ্থী তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ ।
  • ওদালগুৰি জিলাৰ ধনশ্ৰী সমষ্টিত ফৈলাও বসুমতাৰী ।
  • ননৈ চেৰফাং সমষ্টিত সুৰেশ তাঁতী ।
  • বাক্সা জিলাৰ ককিলাবাৰী সমষ্টিত ধীৰেন বড়ো ।
  • কোকৰাঝাৰ জিলাৰ কচুগাঁও সমষ্টিত জৰ্জ বসুমতাৰী ।
  • মানস চেৰফাং সমষ্টিত ধনঞ্জয় বসুমতাৰী ।
  • গোসাঁইগাঁওৰ গুমা সমষ্টিত ৰহিন্দ্ৰ ব্ৰহ্ম ।
  • হাগ্ৰামা মহিলাৰীৰ ঘোষণা ফকিৰাগ্ৰাম আৰু নাগ্ৰিজুলী সমষ্টি বিজেপিক আৰু থুৰিবাৰী সমষ্টি অগপক এৰি দিয়া হব ।
  • বিপিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰা ৩৭ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টিতে জয়ী হব বিপিএফ – ঘোষণা হাগ্ৰামাৰ ।
  • বিজেপি আৰু বিপিএফ কিছুসমষ্টিত বন্ধুত্বপূৰ্ণভাৱে অবতীৰ্ণ হব -মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in