হোজাইৰ যমুনামুখত যুৱকৰ মৃতদেহ উদ্ধাৰ

  • হোজাইৰ যমুনামুখত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • শ'লমাৰী গাঁৱৰ যমুনা দলঙৰ সমীপত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
  • চলন্ত ৰে'লৰ আগত পৰি যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ।
  • দুপৰীয়াৰে পৰা ৰে'ল আলিত বহি আছিল যুৱকজন।
  • ১২.৩০ বজাত উজনিমুৱা আলিপুৰদুৱাৰ ৰে'লখন পাৰ হোৱাৰ পিছতে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
  • কিছু নিলগতে যুৱকজনৰ জোতাযোৰ উদ্ধাৰ।
  • জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in