শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

হোজাইৰ যমুনামুখত যুৱকৰ মৃতদেহ উদ্ধাৰ

60
  • হোজাইৰ যমুনামুখত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • শ’লমাৰী গাঁৱৰ যমুনা দলঙৰ সমীপত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
  • চলন্ত ৰে’লৰ আগত পৰি যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ।
  • দুপৰীয়াৰে পৰা ৰে’ল আলিত বহি আছিল যুৱকজন।
  • ১২.৩০ বজাত উজনিমুৱা আলিপুৰদুৱাৰ ৰে’লখন পাৰ হোৱাৰ পিছতে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
  • কিছু নিলগতে যুৱকজনৰ জোতাযোৰ উদ্ধাৰ।
  • জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি