অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ খেলুৱৈৰ নাম প্ৰেৰণ…

অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ খেলুৱৈৰ নাম প্ৰেৰণ…
  • বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই খেলুৱৈৰ নাম প্ৰেৰণ কৰে অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে।
  • ৱৰ্ল্ড চেম্পিয়নশ্বীপত ব্ৰঞ্জৰ পদক লাভ কৰা গৌৰৱ বিধুৰীৰ নাম প্ৰেৰণ অৰ্জুন বঁটাৰ বাবে।
  • লগতে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা অমিত পাংঘালৰ নামো প্ৰেৰণ অৰ্জুন বঁটাৰ বাবে।
  • ইফালে, বক্সিং ফেডাৰেশ্যনে অৱ ইণ্ডিয়াই দ্ৰোণাচাৰ্য বঁটাৰ বাবে প্ৰৰেণ কৰিছে দুগৰাকী খেলুৱৈৰ নাম।
  • মহিলা বক্সাৰৰ এছিচটেন্ট কোচ্চ সন্ধ্যা গুৰুং আৰু প্ৰাক্তন মহিলা বক্সাৰৰ মুখ্য কোচ্চ শিৱ সিংৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in