ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে…

ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে…

  • টকিঅ' অলিম্পিকৰ সপ্তমটো দিন ভাৰতৰ বাবে অতি ভাল পৰিলক্ষিত হৈছে।
  • ইতিমধ্যে বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে সতীশ কুমাৰে।
  • ৯১ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সতীশ কুমাৰৰ।
  • জামাইকাৰ বক্সাৰ ৰিক'ৰ্ডোক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ গৰাকীয়ে।
  • অলিম্পিকত এইবাৰ বক্সিঙতো ভাৰতে মেডেল অৰ্জনৰ আশা আৰু অধিক বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in