গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম…

গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম…
  • গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম।
  • ডিব্ৰুগড়, দুলীয়াজান আৰু সোণাৰিত তিনিটাকৈ বিস্ফোৰণৰ ঘটনা।
  • দেওবাৰে পুৱাই ডিব্ৰুগড়ত দুটাকৈ বিস্ফোৰণৰ ঘটনা।
  • গেহেম বজাৰত সংঘটিত হৈছে এই বিস্ফোৰণ।
  • ইফালে দুলীয়াজান থানাৰ সমীপতো আই ই ডি বিস্ফোৰণ।
  • সোনাৰিৰ টীয়কঘাটত পালচাৰ বাইকত অহা দৃৰ্বৃত্তৰ বোমা নিক্ষেপ।
  • কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in