ইন্দিৰা গান্ধী এগৰাকী অসাধাৰণ মহিলা,ৰাজনৈতিক, আৰু প্ৰসাশকঃ পৰিচালক অৰুনাভ সিনহা…

ইন্দিৰা গান্ধী এগৰাকী অসাধাৰণ মহিলা,ৰাজনৈতিক, আৰু প্ৰসাশকঃ  পৰিচালক অৰুনাভ সিনহা…

ডিজিটেল ডেস্কঃ ১৯ নবেম্বৰ ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৩ সংখ্যক জন্ম জয়ন্তী। তেওঁৰ জন্মদিন উপলক্ষে ৰাহুল গান্ধীকে ধৰি বহু কেইজনে টুইটাৰ যোগে তেওঁক স্মৰণ কৰিছে। বলীউডৰ শিল্পী কলা কুশলীৰো বহুতেও জন্ম জয়ন্তীত তেওঁৰ স্মৰণত টুইটাৰ যোগে তেওঁক শ্ৰদ্ধা জনাইছে।

ইন্দিৰা গান্ধীক স্মৰণ কৰি বলিউডৰ প্ৰখ্যাত পৰিচালক অনুভৱ সিনহাৰ টুইটটোৱে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। টুইটটোত তেওঁ ইন্দিৰা গান্ধীৰ প্ৰসংশা কৰি বিশেষ মহিলা আৰু বিশেষ ৰাজনৈতিক বুলি উল্লেখ কৰিছে। তেওঁৰ এই টুইটত বহুলোকে কমেন্টো কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in