বকো আৰক্ষীৰ অভিযানঃ দুখন মটৰ চাইকেলসহ দুটা চোৰ আটক…

বকো আৰক্ষীৰ অভিযানঃ দুখন মটৰ চাইকেলসহ দুটা চোৰ আটক…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই মটৰ চাইকেল সহ দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে বিয়লি চুকুনীয়াপাৰা চ'কত দুটা চোৰে চুৰিকৰি অনা দুখন মটৰচাইকেল সহ চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ।

চোৰ দুটা ক্ৰমে- বকো ২নং উত্তৰ ছেখাদাৰীগাঁৱৰ মুনচুফ আলী (২৪) আৰু ক্ষুদ্ৰত আলী (২৩) । অধিক তথ্যৰ বাবে চোৰ দুটাক আৰক্ষীয়ে বকো থানাত সোধা-পোছা অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in