বকোত সংঘটিত চুৰিকাণ্ড, চোৰে লৈ গ’ল এখন বলেৰ’ পিকআপ…

বকোত সংঘটিত চুৰিকাণ্ড, চোৰে লৈ গ’ল এখন বলেৰ’ পিকআপ…

ডিজিটেল সংবাদ:

  • কামৰূপ জিলাৰ বকোত পুৱতি নিশা গাড়ী চুৰি কাণ্ড সংঘটিত হয় ।
  • বকো থানাৰ অন্তৰ্গত বৰপাৰা গাঁৱৰ পৰা চুৰি হয় এখন এএচ-০১/এচি-০২৯২ নম্বৰৰ বলেৰ' পিকআপ।
  • গাড়ীখনৰ মালিক লাৱণ্য প্ৰসাদ মজুমদাৰ।
  • পুৱতি নিশা প্ৰায় ২.২৫ বজাত দুটা চোৰে লাৱণ্য প্ৰসাদ মজুমদাৰৰ সৈনিক হাৰ্ডৱেৰ নামৰ দোকানৰ সন্মুখৰ পৰা চুৰি কৰি নিয়ে গাড়ীখন ।
  • গড়ী চুৰি কৰি নিয়াৰ সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in