বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুবক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বকোৰ ৰাজাপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা ।
  • ট্রাক-বাইকৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ ।
  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুই যুৱক ।
  • বকো আৰক্ষী থানাত ৰখা হয় যুৱক দ্বয়ৰ মৃতদেহ ।
  • দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01-AQ-8961।
  • ট্রাকখনৰ নম্বৰ AS01-DC-8411 ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in