শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

বোকাখাতত অবৈধ তৈল ব্যৱসায় উৎখাতঃ মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ বুলি পৰিচিত অভিযুক্ত…

  • বোকাখাতৰ ৰজাবাৰীত অবৈধ তৈল ব্যৱসায় উৎখাত।
  • গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধিক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত এই উৎখাত অভিযান।
  • বোকাখাত ৰজাবাৰীৰ এজিপি নেতা পৰমানন্দ দাসে চলাই আছিল এই ব্যৱসায়।
  • আৰক্ষীয়ে ব্যৱসায়স্থলী বাসগৃহৰ পৰা আটক কৰিছে পৰমানন্দ দাসক।
  • লগতে ৰজাবাৰীৰ জগত দাস আৰু বাগৰিৰ নুৰজামান আলি নামৰ দুজনক আটক।
  • এখন NL 05 D 7095 নম্বৰৰ টেংকাৰ আৰু বহু সংখ্যক তেলৰ ড্ৰাম জব্দ আৰক্ষীৰ।
  • মন্ত্ৰী অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত অভিযুক্ত পৰমানন্দ দাস।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি