বোকাখাতত অবৈধ তৈল ব্যৱসায় উৎখাতঃ মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ বুলি পৰিচিত অভিযুক্ত…

বোকাখাতত অবৈধ তৈল ব্যৱসায় উৎখাতঃ মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ বুলি পৰিচিত অভিযুক্ত…
  • বোকাখাতৰ ৰজাবাৰীত অবৈধ তৈল ব্যৱসায় উৎখাত।
  • গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধিক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত এই উৎখাত অভিযান।
  • বোকাখাত ৰজাবাৰীৰ এজিপি নেতা পৰমানন্দ দাসে চলাই আছিল এই ব্যৱসায়।
  • আৰক্ষীয়ে ব্যৱসায়স্থলী বাসগৃহৰ পৰা আটক কৰিছে পৰমানন্দ দাসক।
  • লগতে ৰজাবাৰীৰ জগত দাস আৰু বাগৰিৰ নুৰজামান আলি নামৰ দুজনক আটক।
  • এখন NL 05 D 7095 নম্বৰৰ টেংকাৰ আৰু বহু সংখ্যক তেলৰ ড্ৰাম জব্দ আৰক্ষীৰ।
  • মন্ত্ৰী অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত অভিযুক্ত পৰমানন্দ দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in