বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ৰ পৰা কোভিড ৰোগীৰ পলায়ন…

বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ৰ পৰা কোভিড ৰোগীৰ পলায়ন…
  • বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰৰ পৰা এজন কোভিড ৰোগীৰ পলায়ন।
  • গুৱাহাটীৰ হেমন্ত চৰেন নামৰ ২৪ বছৰীয়া ৰোগী জন নুমলীগড়ৰ কভিড পৰীক্ষা কেন্দ্ৰৰ পৰা শুকুৰবাৰে বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি হৈছিল।
  • শনিবাৰে কাহিলি পুৱা চিকিৎসালয় খনৰ কোভিড কেয়াৰ চেন্টাৰৰ পৰা পলায়ন ৰোগীজনৰ।
  • ইতিমধ্যেই চিকিৎসালয় কৰ্তৃপক্ষই বোকাখাতৰ আৰক্ষীক অৱগত কৰাৰ কথা ব্যক্ত কৰিছে চিকিৎসালয় খনৰ চিকিৎসা অধীক্ষক ডা:অপূৰ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in