বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী…

বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী…
  • বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী ।
  • ২০২১ৰ প্ৰথমটো মাহতেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ।
  • ৩১ টা চাবোনৰ বক্সত উদ্ধাৰ কৰা হয় ৩৭১গ্ৰাম ড্ৰাগছ।
  • ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা
  • বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে বিশেষ সূত্ৰৰ পম খেদি এখন যাত্ৰীবাহী বাছৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক ।
  • সৰবৰাহকাৰীটোৰ নাম আচৰ আলি বুলি আৰক্ষীয়ে সদৰী কৰিছে ।
  • ধৃত সৰবৰাহকাৰীটো ডিমাপুৰৰ পৰা মৰিগাঁওলৈ গৈ আছিল বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in