বোকাজানত পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন যুৱক…

বোকাজানত পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন যুৱক…
  • বোকাজানত পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা
  • থিতাতে নিহত দুজন যুৱক
  • ৰৈ থকা ট্ৰাকত খুন্দিয়াই থিতাতে নিহত দুই যুৱক
  • ট্রাকখনৰ নম্বৰ- NL-0-Q-2477
  • AS-09E-3890 নম্বৰৰ বাইকখনত আহিছিল দুই আৰোহী
  • নিহত যুৱক দুজন ক্ৰমে সোণ বড়ো, গেজেই বৰা
  • বৰপথাৰৰ ৰঙাগঢ়াৰ নিবাসী আছিল দুই যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in