বোকাজানত নিশা ইভিএমসহ বাহন দুৰ্ঘটনাগ্ৰস্ত

বোকাজানত নিশা ইভিএমসহ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • বোকাজানত নিশা দুৰ্ঘটনাগ্ৰস্ত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত ব্যৱহিত বাহন।
  • ইভিএম কঢ়িয়াই আনিছিল বাহনখনে।
  • নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমালগৈ বাহনখন।
  • বোকাজানৰ কয়লামাটিৰ পৰা বোকাজান উঃ মাঃ বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ গৈ আছিল বাহনখন।
  • বাহনখনত আছিল আৰক্ষীৰ লোক।
  • দুৰ্ঘটনাত ১৫নং খণ্ড বিষয়াসহ কেইবাজনো জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।
  • আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত।
  • দুৰ্ঘটনাৰ ক্ষতিসাধন হোৱা নাই ইভিএমৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in