বোকাজানত সদৌ অসম ছাত্ৰ সন্থাৰ CAA আৰু EIA ৰ বিৰুদ্ধে প্ৰতিবাদ

বোকাজানত সদৌ অসম ছাত্ৰ সন্থাৰ CAA আৰু EIA ৰ বিৰুদ্ধে প্ৰতিবাদ

ডিজিটেল সংবাদ,বোকাজান: জাতিধ্বংসী নাগৰিকত্ব আইন ২০২০ ৰ পিছত এইবাৰ অসমত EIA ৰ দৰে যি ভয়ংকৰ আইন অসমৰ ওপৰত জাপি দিব বিচাৰিছে তাৰ বিৰোধিতা কৰি বোকাজান মহকুমাৰ সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

জাতিধ্বংসী বিধেয়ক খনৰ পিছত এইবাৰ EIAৰ যি খচৰা প্ৰস্তুত কৰি জাপি দিব খুজিছে সেয়া কোনো পধ্যেই মানি লোৱা নহব বুলি স্পষ্ট মন্তব্য আছুৰ বিষয়ববীয়াৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in