ৰেল বিভাগলৈ চৰকাৰৰ পত্ৰঃ ‘বীৰাংগনা সতী সাধনী সেতু’ নাম কৰক বগীবিল দলঙৰ

ৰেল বিভাগলৈ চৰকাৰৰ পত্ৰঃ ‘বীৰাংগনা সতী সাধনী সেতু’ নাম কৰক বগীবিল দলঙৰ
  • বগীবিল দলঙৰ নামাকৰণৰ বাবে ৰেল বিভাগলৈ অসম চৰকাৰৰ পত্ৰ।
  • বগীবিল দলঙক 'বীৰাংগনা সতী সাধনী সেতু' নামে নামাকৰণৰ কৰাৰ আহ্বান।
  • পূৰ্বে 'বীৰাংগনা সাধনী দলং' নাম দিয়াৰ সিদ্ধান্ত লৈছিল ৰেল বিভাগে।
  • 'বীৰাংগনা সতী সাধনী সেতু' নামাকৰণৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কৰিছিল প্ৰতিবাদ।
  • চৰকাৰক এই দলংখনৰ নাম 'বীৰাংগনা সতী সাধনী সেতু' নাম দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in