বুধবাৰে অনুষ্ঠিত হ’ব বিজেপি সংসদীয় দলৰ বৈঠক…

বুধবাৰে অনুষ্ঠিত হ’ব বিজেপি সংসদীয় দলৰ বৈঠক…
  • বিজেপি সংসদীয় দলৰ বৈঠক ।
  • বুধবাৰে অনুষ্ঠিত হ'ব এই বৈঠক ।
  • বৈঠকত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, ড০ এছ জয়শংকৰ আৰু প্ৰহ্লাদ পেটেলে ।
  • বৈঠকত অংশ গ্ৰহন কৰিবলৈ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in