বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বিনয় সাহশ্ৰবুদ্ধি কোৰোনাত আক্ৰান্ত….

বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বিনয় সাহশ্ৰবুদ্ধি কোৰোনাত আক্ৰান্ত….
  • বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি, ৰাজ্য সভাৰ সাংসদ বিনয় সাহশ্ৰবুদ্ধি কোৰোনাত আক্ৰান্ত ।
  • বৃহস্পতিবাৰে কোৰোনাত আক্ৰান্ত হোৱা বুলি ব্যক্ত কৰে সাংসদ গৰাকীয়ে ।
  • সংসদৰ বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহন কৰিবলৈ শুক্ৰবাৰে কৰা কোৰোনা পৰীক্ষাত নিগেটিভ আহিছিল সাঁংসদ গৰাকীৰ ।
  • সংসদৰ বৰ্ষাকালীন অধিবেশনত অংশ লৈছিল সাংসদ গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in