বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত

বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত
  • পূৰ্ব নিৰ্ধাৰিত সময়ত প্ৰকাশ নাপায় বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা।
  • বৰ্তমানেও অব্যাহত আছে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটীৰ বৈঠক।
  • দিল্লীত জোৰদাৰ আলোচনা চলিছে অসমৰ প্ৰাৰ্থী বাচনি সন্দৰ্ভত।
  • পূৰ্বে সন্ধিয়া ৭ বজাত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা জনাইছিল বিজেপিয়ে।
  • বৰ্তমানেও দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই।
  • অসমৰ নগাঁও আৰু তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী বাচনিক লৈ বিবুদ্ধিত বিজেপি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in