আজি ঘোষণা হ’ব অসম বিজেপিৰ প্ৰাৰ্থী তালিকা

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শনিবাৰে নিশ্চিত হ'ব বিজেপিৰ ১০ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।
  • সন্ধিয়ালৈ সংসদীয় ব'ৰ্ডে ঘোষণা কৰিব এই প্ৰাৰ্থী তালিকা।
  • বিজেপিৰ প্ৰাৰ্থী পেনেল লৈ শুকুৰবাৰে দিল্লীলৈ ৰাওনা হৈছিল ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।
  • দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াও।
  • এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত স্থান লাভ নকৰিব পাৰে কেইবাগৰাকীও বৰ্তমানৰ সাংসদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in