শেহতীয়া খবৰ
গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO

আজি ঘোষণা হ’ব অসম বিজেপিৰ প্ৰাৰ্থী তালিকা

292
  • শনিবাৰে নিশ্চিত হ’ব বিজেপিৰ ১০ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।
  • সন্ধিয়ালৈ সংসদীয় ব’ৰ্ডে ঘোষণা কৰিব এই প্ৰাৰ্থী তালিকা।
  • বিজেপিৰ প্ৰাৰ্থী পেনেল লৈ শুকুৰবাৰে দিল্লীলৈ ৰাওনা হৈছিল ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।
  • দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াও।
  • এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত স্থান লাভ নকৰিব পাৰে কেইবাগৰাকীও বৰ্তমানৰ সাংসদে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি