সোমবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ’ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক

সোমবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ’ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক
  • সোমবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ'ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।
  • চানমাৰিৰ NIAৰ আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব।
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে ২ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।
  • সোমবাৰে পুৱা ১১.৩০ বজাত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in