Published on:
Updated on:
- মঙলবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ'ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।
- চানমাৰিৰ NIAৰ আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব।
- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে ২ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।
- মঙলবাৰে দুয়োজন নেতাক দুপৰীয়াৰ ভাগত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in