শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

বিশ্বনাথত বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৭টা বাসগৃহ, VIDEO

36
  • বিশ্বনাথত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।
  • সোমবাৰে নিশা পুনৰ হাতীয়ে চলালে তাণ্ডৱ।

  • বিশ্বনাথৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত চাঞ্চল্য৷

  • খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা অহা এটা হাতীৰ জাকে বিশ্বনাথ বিহপুখুৰীৰ ৭ টাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।

  • বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী পৰিয়াল কেইটা৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি