বিশ্বনাথত বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৭টা বাসগৃহ, VIDEO

বিশ্বনাথত বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৭টা বাসগৃহ, VIDEO
  • বিশ্বনাথত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।
  • সোমবাৰে নিশা পুনৰ হাতীয়ে চলালে তাণ্ডৱ।
  • বিশ্বনাথৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত চাঞ্চল্য৷
  • খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা অহা এটা হাতীৰ জাকে বিশ্বনাথ বিহপুখুৰীৰ ৭ টাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।
  • বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী পৰিয়াল কেইটা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in