বিশ্বনাথত বন কৰ্মীৰ অভিযানত চোৰাং চিকাৰী আটক

বিশ্বনাথত বন কৰ্মীৰ অভিযানত চোৰাং চিকাৰী আটক
  • দেওবাৰে বিশ্বনাথৰ জিনজিয়াত বন কৰ্মীৰ অভিযানত আটক দুৰ্ধৰ্ষ চোৰাং চিকাৰী।
  • জিনজিয়া চেণ্টাৰৰ পৰা আটক ধৃত চোৰাংচিকাৰীটোক।
  • ধৃত চোৰাংচিকাৰীটোৰ নাম মঃ আব্দুল বাৰেক বুলি জানিব পৰা গৈছে।
  • ২০১৬ চনৰ গঁড় হত্যাৰ সৈতে জড়িত আছিল ধৃত চোৰাংচিকাৰীটো।
  • চোৰাং চিকাৰীটোক বৰ্তমান জেৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in