বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ…

বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ…
  • বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
  • সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন।
  • নামনি সোৱনশিৰিকে ধৰি বৃহৎ নদী বান্ধৰ নিৰ্মানৰ কাম বন্ধ কৰাৰ বাবে এই বিক্ষোভ।
  • অসমৰ বান্ধ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীতো ৰূপায়ন হয় বিক্ষোভ কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in