অগপৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলী বিৰাজ শৰ্মাক, শোকাকুল পৰিৱেশ

অগপৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলী বিৰাজ শৰ্মাক, শোকাকুল পৰিৱেশ

  • অন্তিম শয়নত প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা৷
  • আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে৷
  • বিৰাজ শৰ্মাৰ নশ্বৰ দেহ লৈ অনাৰ পিছতে শোকস্তব্ধ হৈ পৰে একালৰ সহযোগীসকল৷
  • প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জনায় অগপ নেতাসকলে৷
  • অগপৰ কাৰ্যালয়ৰ শ্ৰদ্ধাঞ্জলী পৰ্বত উপস্থিত থাকে প্ৰাক্তন মনুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, অগপৰ সভাপতি অতুল বৰা৷
  • প্ৰফুল্ল মহন্তৰ প্ৰথমটো কাৰ্যকালৰ মন্ত্ৰী আছিল বিৰাজ শৰ্মা৷
  • অসম আন্দোলনৰো এগৰাকী অগ্ৰণী নেতা আছিল তেওঁ৷
  • ক্ষন্তেক সময় পিছতে নৱগ্ৰহত শেষকৃত্য সম্পন্ন হ'ব বিৰাজ শৰ্মাৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in