বিলগাঁৱত ৰেল অৱৰোধ আছু, ছাত্ৰ মুক্তিৰ: তামুলিগাঁৱত বৰপথাৰ-জামুগুৰি সংযোগী পথ অৱৰোধ ৰাইজৰ…

বিলগাঁৱত ৰেল অৱৰোধ আছু, ছাত্ৰ মুক্তিৰ: তামুলিগাঁৱত বৰপথাৰ-জামুগুৰি সংযোগী পথ অৱৰোধ ৰাইজৰ…

ডিজিটেল সংবাদ, সৰুপথাৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰপথাৰৰ-জামুগুৰি সংযোগী পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। তামুলিগাঁৱৰ ৰাইজ ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব, কোনো কাৰণতে অবৈধ বাংলাদেশীক অসমে গ্ৰহণ নকৰে সেয়া লাগিলে হিন্দুৱেই হওঁক বা বাংলাদেশীয়েই হওঁক এই দাবী ৰাইজৰ।

ইফালে, বিলগাঁৱত আছু, ছাত্ৰ মুক্তি আৰু ৰাইজে ৰেল অৱৰোধ কৰে। ডিব্ৰুগড় অভিমুখী জনশতাব্দী এস্কপ্ৰেছখন অৱৰোধ কৰি ৰাখে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in