বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-

মুঠ জিলা পৰিষদৰ সংখ্যা- ৭

  • বিজেপিয়ে লাভ কৰেঃ ০
  • কংগ্ৰেছে লাভ কৰেঃ ৬
  • এআইইউডিএফে লাভ কৰেঃ ১

পঞ্চায়ত সভাপতি পদৰ মুঠ সংখ্যা- ৪৩

  • কংগ্ৰেছে লাভ কৰেঃ ২৪
  • বিজেপিয়ে লাভ কৰেঃ ৫
  • অগপই লাভ কৰেঃ ১
  • এআইইউডিএফে লাভ কৰেঃ ৪
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯

আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৪৩

  • কংগ্ৰেছে লাভ কৰেঃ ২১
  • বিজেপিয়ে লাভ কৰেঃ ১০
  • এ আই ইউ ডি এফে লাভ কৰেঃ ৭
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৫

গাঁও পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৪১৮

  • কংগ্ৰেছে লাভ কৰেঃ ১৭৬
  • বিজেপিয়ে লাভ কৰেঃ ৮৪
  • অগপই লাভ কৰেঃ ১৩
  • এআইইউডিএফে লাভ কৰেঃ ৪৯
  • বিপিএফে লাভ কৰেঃ ১
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯৫

(বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ১২গৰাকী প্ৰাৰ্থী। ইয়াৰে ৮গৰাকী কংগ্ৰেছ আৰু ৪গৰাকী বিজেপি।)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in