বিলাসীপাৰাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এগৰাকী মহিলা, আহত ১৫জন…

বিলাসীপাৰাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এগৰাকী মহিলা, আহত ১৫জন…
  • বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
  • পশুৱাৰখালত সংঘটিত হয় এই দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল শ্রমিক কঢ়িওৱা বাহন।
  • দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা শ্রমিক, আহত ১৫জন শ্রমিক।
  • নিহত শ্রমিক মহিলাগৰাকীৰ নাম ছকিনা খাতুন।
  • সোণকোষৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ আছিল বলেৰ' পিকআপ বাহনখন।
  • দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ এএছ ০১ডিছি-৩১২৮।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in