তেজপুৰত আৰ পি শৰ্মা নহয় হিমন্ত বিশ্ব উঠক! ‘মই গুৱাহাটীৰ পৰা টিকট বিচাৰিছো’

ফাইল ফটো
ফাইল ফটো
  • লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ মন্তব্য গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ।
  • গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে টিকট বিচৰাৰ কথা প্ৰকাশ।
  • 'মই গুৱাহাটীৰ পৰা টিকট বিচাৰিছো'।
  • দলে দিলে গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিব বিচাৰো বুলিও মন্তব্য কৰে তেওঁ।
  • ইফালে সাংসদ গৰাকীয়ে কয়, মই প্ৰতিদ্বন্দ্বিতা কৰাটো সকলোৱে বিচাৰে।
  • 'গুৱাহাটীৰ ৰাইজেও বিচাৰে মই প্ৰতিদ্বন্দ্বিতা কৰাটো'।
  • 'মোৰ বিশ্বাস দলে টিকট দিলে মই জয়ী হ'ম'।
  • ইফালে আৰ পি শৰ্মাক টিকট দিয়াৰ প্ৰসংগটো মন্তব্য কৰে তেওঁ।
  • তেওঁৰ মতে, তেজপুৰত আৰ পি শৰ্মাৰ সলনি হিমন্ত বিশ্ব শৰ্মা উঠক।
  • 'গুৱাহাটীৰ পৰা দলে যাক টিকট দিয়ে মই সন্তুষ্ট'।

     

     

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in