শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

তেজপুৰত আৰ পি শৰ্মা নহয় হিমন্ত বিশ্ব উঠক! ‘মই গুৱাহাটীৰ পৰা টিকট বিচাৰিছো’

1,588
  • লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ মন্তব্য গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ।
  • গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে টিকট বিচৰাৰ কথা প্ৰকাশ।
  • ‘মই গুৱাহাটীৰ পৰা টিকট বিচাৰিছো’।
  • দলে দিলে গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিব বিচাৰো বুলিও মন্তব্য কৰে তেওঁ।
  • ইফালে সাংসদ গৰাকীয়ে কয়, মই প্ৰতিদ্বন্দ্বিতা কৰাটো সকলোৱে বিচাৰে।
  • ‘গুৱাহাটীৰ ৰাইজেও বিচাৰে মই প্ৰতিদ্বন্দ্বিতা কৰাটো’।
  • ‘মোৰ বিশ্বাস দলে টিকট দিলে মই জয়ী হ’ম’।
  • ইফালে আৰ পি শৰ্মাক টিকট দিয়াৰ প্ৰসংগটো মন্তব্য কৰে তেওঁ।
  • তেওঁৰ মতে, তেজপুৰত আৰ পি শৰ্মাৰ সলনি হিমন্ত বিশ্ব শৰ্মা উঠক।
  • ‘গুৱাহাটীৰ পৰা দলে যাক টিকট দিয়ে মই সন্তুষ্ট’।

     

     

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি