বিহুৰে আদৰণি ট্ৰাম্পক, VIDEO

বিহুৰে আদৰণি ট্ৰাম্পক, VIDEO
  • মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আহমেদাবাদত আদৰণি বিহু নৃত্যৰে।
  • দেশৰ লোক নৃত্যৰে আদৰণি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক।
  • আহমেদাবাদত উখল মাখল পৰিৱেশ।
  • অসমৰ বিহুৱা আৰু নাচনীকো দেখা পোৱা আহমেদাবাদৰ ৰাজপথত।
  • বহু নৃত্য প্ৰদৰ্শন কৰি ডোনাল্ড ট্ৰাম্পক আদৰণি জনালে বিহু দলটোৱে।
  • সবৰমতি আশ্ৰমৰ দিশে ট্ৰাম্পৰ কনভয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in