বিহাৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা এনডিএ-মহাজোঁটৰ মাজত, ১১৯খন আসনত অগ্ৰগতি এনডিএৰ…

বিহাৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা এনডিএ-মহাজোঁটৰ মাজত, ১১৯খন আসনত অগ্ৰগতি এনডিএৰ…

  • বিহাৰ বিধানসভা নিৰ্বাচনত পিছ পৰিল মহাজোঁট বন্ধন।
  • ১১৯খন আসনেৰে অগ্ৰগতি এনডিএৰ।
  • মহাজোঁট বন্ধনৰ অগ্ৰগতি ১১৪খন আসনত।
  • ৬খন আসনত এলজেপিৰ অগ্ৰগতি।
  • আৰজেডি আগবাঢ়ি আছে ৯১খন আসনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ২২খন আসনত।
  • অন্যান্য আগবাঢ়ি আছে ১১খন আসনত।
  • বিজেপি ৫৫খন আসনত আগবাঢ়ি আছে।
  • জেডিইউ আগবাঢ়ি আছে ৪৯খন আসনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in