লাগিছে হাহাকাৰঃ প্ৰদেশ বিজেপিৰ ৭৫গৰাকী কাৰ্যকতাৰ দেহত একেলগে কোৰোনা…

লাগিছে হাহাকাৰঃ প্ৰদেশ বিজেপিৰ ৭৫গৰাকী কাৰ্যকতাৰ দেহত  একেলগে কোৰোনা…

ডিজিটেল ডেস্কঃ বিহাৰ প্ৰদেশ বিজেপিত লাগিছে হাহাকাঁৰ, কিয়নো একেলগে ৭৫গৰাকী বিজেপি কাৰ্যকতাৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। উল্লেখ্য যে, যোৱা সোমবাৰে বিহাৰ বিজেপিৰ ১০০গৰাকী কাৰ্যকতাৰ কোৰোনা টেষ্ট কৰা হৈছিল।

ইয়াৰে ৭৫গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি। মঙলবাৰে এই ভয়ংকৰ ৰিজাল্ট অহাৰ লগে লগে বিহাৰ প্ৰদেশ বিজেপিৰ কাৰ্যালয় কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। কাৰ্যালয়টোত কাম কৰা ৩গৰাকী কৰ্মচাৰীৰ দেহতো কোৰোনাৰ অৱস্থিতি লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in