শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

মঙলবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

870
  • মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ’ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব বিধেয়কখন।
  • দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন হ’ব বিধেয়কখন।
  • উত্থাপনৰ পিছত হ’ব বিধেয়কখনক লৈ হ’ব আলোচনা।
  • তাৰ পিছতে ভোটৰ বাবে আগবঢ়োৱা হ’ব সংসদত।
  • ইতিমধ্যে লোকসভাত গৃহীত হৈছে বিধেয়কখন।
  • বিধেয়ক বাতিলৰ দাবীত উত্তৰ–পূবত অব্যাহত প্ৰতিবাদ।
  • বিধেয়ক খনৰ বিৰোধিতাৰে ইতিমধ্যে দেশৰ বিৰোধী নেতা সকলক সাক্ষাৎ কৰিছে অসমৰ কেইবাটাও সংগঠনৰ নেতৃত্বই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি