মঙলবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

মঙলবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন হ’ব  নাগৰিকত্ব সংশোধনী বিধেয়ক
  • মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব বিধেয়কখন।
  • দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন হ'ব বিধেয়কখন।
  • উত্থাপনৰ পিছত হ'ব বিধেয়কখনক লৈ হ'ব আলোচনা।
  • তাৰ পিছতে ভোটৰ বাবে আগবঢ়োৱা হ'ব সংসদত।
  • ইতিমধ্যে লোকসভাত গৃহীত হৈছে বিধেয়কখন।
  • বিধেয়ক বাতিলৰ দাবীত উত্তৰ–পূবত অব্যাহত প্ৰতিবাদ।
  • বিধেয়ক খনৰ বিৰোধিতাৰে ইতিমধ্যে দেশৰ বিৰোধী নেতা সকলক সাক্ষাৎ কৰিছে অসমৰ কেইবাটাও সংগঠনৰ নেতৃত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in