আমেৰিকা অপেন টেনিচৰ ফাইনেলত জয়ী বিয়াঙ্কা এণ্ড্ৰিস্কু…

আমেৰিকা অপেন টেনিচৰ ফাইনেলত জয়ী বিয়াঙ্কা এণ্ড্ৰিস্কু…
  • আমেৰিকা অপেন টেনিচৰ ফাইনেলত ছেৰেনা উইলিয়াম পৰাস্ত।
  • ফাইনেল মেচখনত কানাডাৰ বিয়াঙ্কা এণ্ড্ৰিস্কুৱে পৰাস্ত কৰে উইলিয়ামক।
  • ৬-৩, ৭-৫ পইন্টত পৰাসিত্ উইলিয়াম।
  • ১৯ বছৰীয়া এণ্ড্ৰিস্কুৱে নিজৰ নামত কৰিলে এই খিতাপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in