অৱসৰ গ্ৰহণ কৰিলে কুলধৰ শইকীয়াই, ভাৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্ব ল’লে ভাস্কৰজ্যোতি মহন্তই…

অৱসৰ গ্ৰহণ কৰিলে কুলধৰ শইকীয়াই, ভাৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্ব ল’লে ভাস্কৰজ্যোতি মহন্তই…
  • অৱশেষত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰূপে দায়িত্ব ল'লে ভাস্কৰজ্যোতি মহন্তই।
  • কুলধৰ শইকীয়াৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে ১৯৮৮ বেটছৰ আই পি এছ বিষয়াগৰাকীয়ে।
  • তিনি মাহ কাৰ্যকাল বৃদ্ধি কৰাৰ অন্তত ৩০ নবেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ লয় কুলধৰ শইকীয়াই।
  • অৱশ্যে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান ৰূপেহে নিযুক্তি দিয়া হৈছে ভাস্কৰজ্যোতি মহন্তক।
  • ইউ পি এছ চি আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছতহে ৰাজ্যত নিযুক্তি দিয়া হ'ব স্থায়ী আৰক্ষী সঞ্চালক প্ৰধান।
  • এই অনুষ্ঠানত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in