শেহতীয়া খবৰ
আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত উস্ম আদৰণি, VIDEO  •  ৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল...  •  নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো...

অৱসৰ গ্ৰহণ কৰিলে কুলধৰ শইকীয়াই, ভাৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্ব ল’লে ভাস্কৰজ্যোতি মহন্তই…

657
  • অৱশেষত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰূপে দায়িত্ব ল’লে ভাস্কৰজ্যোতি মহন্তই।
  • কুলধৰ শইকীয়াৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে ১৯৮৮ বেটছৰ আই পি এছ বিষয়াগৰাকীয়ে।
  • তিনি মাহ কাৰ্যকাল বৃদ্ধি কৰাৰ অন্তত ৩০ নবেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ লয় কুলধৰ শইকীয়াই।
  • অৱশ্যে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান ৰূপেহে নিযুক্তি দিয়া হৈছে ভাস্কৰজ্যোতি মহন্তক।
  • ইউ পি এছ চি আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছতহে ৰাজ্যত নিযুক্তি দিয়া হ’ব স্থায়ী আৰক্ষী সঞ্চালক প্ৰধান।
  • এই অনুষ্ঠানত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি