ভাস্কৰ নগৰত বৃহৎ পৰিমানৰ টকা জব্দ, আটক এজনক…

ভাস্কৰ নগৰত বৃহৎ পৰিমানৰ টকা জব্দ, আটক এজনক…
  • চানমাৰী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ টকা।
  • ভাস্কৰ নগৰৰ পৰা ৩ টাকৈ বস্তাত জব্দ এই টকাখিনি।
  • অচিনাক্ত লোকে এঘৰত পেলাই গ'ল এই টকাৰ বস্তা কেইটা।
  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চাহিল আলী ওৰফে আশ্ৰাফুল আলী নামৰ এজন লোকক।
  • টকাখিনি জাৱৰৰ মাজৰ পৰা অনা বুলি স্বীকাৰোক্তি আশ্ৰাফুল আলীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in