শেহতীয়া খবৰ
মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  ঢকুৱাখনাত বিজেপিৰ কাৰ্যালয়ৰ পিছত এইবাৰ জ্বলি ছাই হ'ল অগপৰ কাৰ্যালয়  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...

ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সোমাল ব্রহ্মপুত্রৰ পানী…VIDEO

195

ডিজিটেল সংবাদ, গুৱাহাটীঃ ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ পিছতে বিপদসীমা অতিক্ৰম কৰি বুৰ গল মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় । একাঠু পানীত ডুব যোৱা বিদ্যালয় খনৰ চৌহদৰ গোটেই শ্ৰেণীকোঠাবোৰ পানীৰ তলত ।

ইফালে এই পানী বৃদ্ধিৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষ উপস্থিত হৈছে যদিও ভিতৰৰ শ্ৰেণীকোঠাৰ লগতে শিক্ষকৰ কাৰ্যালয় সা- সামগ্ৰীবোৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰে । আনহাতে শান্তিপুৰৰ কেইবাটাও পথত পানী সোমাই স্থানীয়লোকে পানীৰ লগতে যাতায়তত হাহাকাৰৰ সন্মুখীন হব লগাত পৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি