আৰম্ভ হ’ল বিজেপিৰ সংসদীয় দলৰ বৈঠক…

আৰম্ভ হ’ল বিজেপিৰ সংসদীয় দলৰ বৈঠক…
  • দিল্লীত কিছুসময়ৰ পূৰ্বে আৰম্ভ হৈছে বিজেপিৰ সংসদীয় দলৰ বৈঠক।
  • সংসদৰ লাইব্ৰেৰী বিল্ডিঙত আৰম্ভ হৈছে বৈঠক।
  • বৈঠকত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, জীতেন্দ্ৰ সিং, অৰ্জুন ৰাম মেঘৱাল, জি কিষাণ ৰেড্ডীও উপস্থিত এই বৈঠকত।
  • বৈঠকৰ অন্তত জানিব পৰা যাব মঙলবাৰে লোৱা সিদ্ধান্তসমূহৰ বিষয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in