ভাল খবৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰৰ ঘোষণা…

ভাল খবৰঃ  যোৰহাটৰ পৰা মাজুলী সংযোগী পথক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰৰ ঘোষণা…
  • অসমবাসীৰ বাবে এটা ভাল খবৰ।
  • কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ঘোষণা।
  • যোৰহাটৰ পৰা মাজুলী সংযোগী পথক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা।
  • এই পদক্ষেপে মাজুলী জিলাৰ ক্ষিপ্ৰ উন্নয়নক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মতপ্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ।
  • প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in