শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

আলফাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, অধিবক্তা, অধ্যাপক ভদ্ৰেশ্বৰ বুঢ়াগোঁহাই আৰু নাই…

719

ডিজিটেল ডেস্কঃ সংযুক্ত মুক্তি বাহিনী, অসমৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য তথা বিশিষ্ট অধিবক্তা, অধ্যাপক আৰু জাতীয়বাদী নেতা ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু নাই।  দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াগোহাঁইয়ে।

সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰতঃভাৱে জড়িত হৈ অহা বিশিষ্ট অধ্যাপকগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন মহলে শোক ব্যক্ত কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি