আলফাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, অধিবক্তা, অধ্যাপক ভদ্ৰেশ্বৰ বুঢ়াগোঁহাই আৰু নাই…

আলফাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, অধিবক্তা, অধ্যাপক ভদ্ৰেশ্বৰ বুঢ়াগোঁহাই আৰু নাই…

ডিজিটেল ডেস্কঃ সংযুক্ত মুক্তি বাহিনী, অসমৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য তথা বিশিষ্ট অধিবক্তা, অধ্যাপক আৰু জাতীয়বাদী নেতা ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু নাই।  দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াগোহাঁইয়ে।

সমাজৰ বিভিন্নঅনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰতঃভাৱে জড়িত হৈ অহা বিশিষ্ট অধ্যাপকগৰাকীৰমৃত্যুত ৰাজ্যৰ বিভিন্ন মহলে শোক ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in