শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

২০২১ৰ জুনলৈ পশ্চিমবংগ চৰকাৰে ৰাজ্যবাসীক দিব বিনামূলীয়া ৰেচনঃ মমতা বেনাৰ্জী…

370

ডিজিটেল ডেস্কঃ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পিএম গৰিৱ কল্যাণ যোঁজনাৰ দ্বাৰা ২০২০ৰ নবেম্বৰ মাহলৈ দেশবাসী লাভাৱান্বিত হ’ব বুলি ঘোষণা কৰে। প্রধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে- ৰাজ্যখনত ২০২১ৰ জুন মাহলৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে বিনামূলীয়াকৈ ৰেচন লাভ কৰিব।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- পশ্চিমবংগত ২০২১ৰ জুনলৈকে বিনামূলীয়াকৈ ৰেচন লাভ কৰিব। আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰেচনৰ তুলনাত পশ্চিমবংগ চৰকাৰে ৰাজ্যবাসীক দিয়া ৰেচনৰ মানদণ্ড অধিক উন্নত। আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিয়া ৰেচন পশ্চিমবংগত কেৱল ৬০ শতাংশ লোকেহে লাভ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি