২০২১ৰ জুনলৈ পশ্চিমবংগ চৰকাৰে ৰাজ্যবাসীক দিব বিনামূলীয়া ৰেচনঃ মমতা বেনাৰ্জী…

২০২১ৰ জুনলৈ পশ্চিমবংগ চৰকাৰে ৰাজ্যবাসীক দিব বিনামূলীয়া ৰেচনঃ মমতা বেনাৰ্জী…

ডিজিটেল ডেস্কঃ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পিএম গৰিৱ কল্যাণ যোঁজনাৰ দ্বাৰা ২০২০ৰ নবেম্বৰ মাহলৈ দেশবাসী লাভাৱান্বিত হ'ব বুলি ঘোষণা কৰে। প্রধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে- ৰাজ্যখনত ২০২১ৰ জুন মাহলৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে বিনামূলীয়াকৈ ৰেচন লাভ কৰিব।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- পশ্চিমবংগত ২০২১ৰ জুনলৈকে বিনামূলীয়াকৈ ৰেচন লাভ কৰিব। আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰেচনৰ তুলনাত পশ্চিমবংগ চৰকাৰে ৰাজ্যবাসীক দিয়া ৰেচনৰ মানদণ্ড অধিক উন্নত। আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিয়া ৰেচন পশ্চিমবংগত কেৱল ৬০ শতাংশ লোকেহে লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in