নিমিষতে শেষ হৈ গ’ল সকলো, নগাঁৱৰ ৰাজপথত পৰি ৰ’ল ৫টা নিথৰ দেহ…

নিমিষতে শেষ হৈ গ’ল সকলো, নগাঁৱৰ ৰাজপথত পৰি ৰ’ল ৫টা নিথৰ দেহ…
  • নগাঁৱৰ কুৰুৱাবাহীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত লোকসকলক চিনাক্ত।
  • দু্ৰ্ঘটনাটোত মুঠ নিহত হৈছিল ৫জন লোক।
  • ইফালে আহত হৈছিল শিশুসহ চাৰিজন লোক।
  • দুৰ্ঘটনাত নিহত পাঁচজন হ'ল- দুলুমনি দেৱী, সোনটি আহমেদ, প্ৰাঞ্জল বৰদলৈ, আতিকুৰ ৰহমান আৰু আব্বাচ আলি।
  • আহতসকল হৈছে- হোমবৰ আলি(৫৬), তন্ময় নাথ(৮), ডম্বৰু হীৰা (৩৬) আৰু শিল্পা দেৱী(১৩)।
  • উল্লেখ্য যে, নগাঁও-মৰিগাঁও সংযোগী মুলপথত সংঘটিত হৈছিল সেই দুৰ্ঘটনা।
  • এখন মাটি কঢ়িওৱা ডাম্পাৰৰ সৈতে যাত্ৰীবাহী টেম্পুৰ মুখামুখী সংঘৰ্ষ হৈছিল।
  • দুৰ্ঘটনা সংঘটিত কৰা টেম্প'খনৰ নম্বৰ এএছ-০২-ই-৬১৫২ আৰু ডাম্পাৰখনৰ নম্বৰ এএছ-০২-এচি-০৭৩৬।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in