বটদ্ৰৱাত শিশুৰ সলিল সমাধি…

বটদ্ৰৱাত শিশুৰ সলিল সমাধি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত শনিবাৰে এটি শিশুৰ সলিল সমাধি ঘটে। ঘটনাৰ বিৱৰণী মতে বটদ্ৰৱাৰ হাইডুবিত পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু হয় শিশু গৰাকী। মৃত্যু হোৱা শিশু গৰাকী গাৱঁৰ মনজিলা খাতুন। ঘৰৰ কাষতে থকা পুখুৰীত সমনিয়াৰ সৈতে গা ধুই থকা অৱস্থাতেই পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে নগাৱঁলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in