শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

বৰপেটাৰ বীমা কেলেংকাৰী, এইবাৰ আৰক্ষীৰ জালত দুই ভাতৃ

62
  • বৰপেটা বীমা কেলেংকাৰী ঘটনাৰ নতুন মোৰ।
  • বৰপেটাত পুনৰ আৰক্ষীৰ জালত দুজন ব্যক্তি।
  • কলগাছিয়াৰ দুই ভাতৃৰ বিৰুদ্ধে মৃত মানুহৰ নামত বীমাকৰাৰ অভিযোগ।
  • আৰক্ষীৰ জালত পৰিল দুই ভাতৃ হৰমুজ আলী আৰু আমজাদ আলী।
  • আৰক্ষী আৰু এছআইটিয়ে আটক কৰিছে দুয়োজন লোকক।
  • বিৰলা ছানলাইফ ইঞ্চুৰেঞ্চত ১০ লাখ ৪৮ হাজাৰ টকাৰ বীমা কৰিছিল এজেণ্ট ভাতৃদ্বয়ে।
  • বৰপেটাৰ পাতলিকুছিৰ মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ নামত মৃত্যুৰ পিছত বীমা কৰাৰ অভিযোগ।
  • ইয়াৰ পাছতে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • বৰ্তমানলৈকে বীমা কেলেংকাৰীত জড়িতৰ অভিযোগত ৯জনক আটক।
  • ৭জনক প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি