বৰপেটাৰ বীমা কেলেংকাৰী, এইবাৰ আৰক্ষীৰ জালত দুই ভাতৃ

বৰপেটাৰ বীমা কেলেংকাৰী, এইবাৰ আৰক্ষীৰ জালত দুই ভাতৃ
  • বৰপেটা বীমা কেলেংকাৰী ঘটনাৰ নতুন মোৰ।
  • বৰপেটাত পুনৰ আৰক্ষীৰ জালত দুজন ব্যক্তি।
  • কলগাছিয়াৰ দুই ভাতৃৰ বিৰুদ্ধে মৃত মানুহৰ নামত বীমাকৰাৰ অভিযোগ।
  • আৰক্ষীৰ জালত পৰিল দুই ভাতৃ হৰমুজ আলী আৰু আমজাদ আলী।
  • আৰক্ষী আৰু এছআইটিয়ে আটক কৰিছে দুয়োজন লোকক।
  • বিৰলা ছানলাইফ ইঞ্চুৰেঞ্চত ১০ লাখ ৪৮ হাজাৰ টকাৰ বীমা কৰিছিল এজেণ্ট ভাতৃদ্বয়ে।
  • বৰপেটাৰ পাতলিকুছিৰ মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ নামত মৃত্যুৰ পিছত বীমা কৰাৰ অভিযোগ।
  • ইয়াৰ পাছতে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • বৰ্তমানলৈকে বীমা কেলেংকাৰীত জড়িতৰ অভিযোগত ৯জনক আটক।
  • ৭জনক প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in