‘কেব’ বিৰোধী আন্দোলনক ভেটিবলৈ বৰপেটাত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ…

  • কেবৰ লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে বৰপেটা জিলাত প্ৰশাসনৰ নিৰ্দেশনা।
  • সমগ্ৰ বৰপেটা জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
  • যিকোনো ধৰ্ণা-ধৰ্মঘট আয়োজনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
  • কেবক লৈ বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰা প্ৰতিবাদক মষিমূৰ কৰিবলৈ প্ৰশাসনে এনে প্ৰদক্ষেপ লোৱাৰ অভিযোগ।
  • বিভিন্ন দল-সংগঠনে প্ৰশাসনৰ এই প্ৰদক্ষেপক দিছে গৰিহণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in